অক্টোবর 29 – স্বৰ্গীয় কুমাৰ আৰু তেওঁৰ পাত্ৰ!
” একে লদা মাটিৰে সমাদৰলৈ এটা, অনাদৰলৈ এটা, এনে দুবিধ পাত্ৰ বনাবলৈ, মাটিৰ ওপৰত কুমাৰৰ ক্ষমতা নাই নে?i( ৰোমীয়া ৯:২১)।
যেতিয়া আমি পবিত্র শাস্ত্ৰ কেবাটাও সাধুৰ জীবনৰ ইতিহাসক পাঠ কৰো, তেতিয়া আমি গম পাও যে তেওঁ পৰমেশ্বৰৰ দয়াৰে জন্ম হোৱাৰ আগেয়ে গচকা আৰু ভঙা আছিল। যেতিয়া কোনোবা নিজকে ভাঙিবলৈ সমৰ্পিত কৰি দিয়ে, তেতিয়া পৰমেশ্বৰ তেওঁক সন্মানৰ পাত্ৰ বনাই দিয়ে।
আব্ৰাহমৰ হৃদয় কিমান ভাঙীল যেতিয়া পৰমেশ্বৰে তেওঁৰ একমাত্র পুত্ৰক বলি দিবলৈ কলে! পৰমেশ্বৰে তেওঁক এনেকৈ কেনেকৈ এটি বাটত নিৰ্দেশিত কৰিলে? হয়। বিষয় যিকোনো হওক বা নহওক তেওঁক সন্মানৰ পাত্ৰ বনাব লাগে।
ইয়োবৰ জীবনো কেনেকুৱা আছিল। যেতিয়া গৃহ ভাঙী গল তেওঁৰ দহটি সন্তান মৃত্যু হয় গল, তেতিয়া যতে তবে বিচিন্ন হয় পৰি থকা মৰাশ দেশি তেওঁৰ হৃদয় কিমান দুখী হল চাগে! মেৰচাগ আৰু অন্য সম্পত্তিৰ অনিষ্ট বহুত ডাঙৰ নহব পাৰে। কিন্তু এটি দুৰ্ঘটনাত নিজৰ সকলো ১০ টি সন্তান হেৰুৱাই দিয়া কিমান ডাঙৰ অনিষ্ট হয় । ইয়াৰ দ্বাৰা তেওঁৰ কষ্টৰ অন্ত নহল।
ইয়াৰ বাদে, তেওঁ ভয়াবহ ঘা আৰু ঘাত কৰা খহুৰে পিড়ীত আছিল আৰু পৰমেশ্বৰে তেওঁক জুইৰ মাধ্যমেৰে নিৰ্দেশিত কৰিলে। পৰমেশ্বৰে ইয়োবক ভাঙীযোৱাৰ আৱশ্যকতা শিকালে । কিন্তু এই সকলো পৰীক্ষাৰ সময়ৰ পিছত, ইয়োব সোণৰ ৰূপে ওলাল। তেওঁ শাস্ত্ৰত এটি মুখ্য স্থান পালে ।
যেতিয়া ঈস্বৰ মনুষ্যক সন্মানৰ পাত্ৰ বনাব বিচাৰে, তেতিয়া তেওঁ তেওঁক প্ৰৰ্থমে দুখৰ পথত লয় যায় আৰু তেওঁক শুচি কৰে। কুমাৰ মাটিৰ পাত্ৰ বনাব পাৰে। এজন বাঢ়ৈ চুফা বনাব পাৰে। কিন্তু পৰমেশ্বৰৰ দ্বাৰা নিৰ্মিত হেজাৰক কেনেকৈ কবি পৰা যায়? তেওঁ আমাক তেনেকুৱা অনুগ্রহ পাত্ৰ বুলি কয়,( ৰোমীয়া ৯:২৩)।স্বৰ্গীয় কুমাৰ দ্বাৰা নিৰ্মিত পাত্ৰ তেওঁৰ দয়াৰ পাত্ৰ বনায়। তেওঁ সেই বোৰত অসীম আশীর্বাদ বহুত বেছি কে বৰষায় ।
পৰমেশ্বৰৰ মৰমিয়াল সন্তান, যি স্বৰ্গীয় কুমাৰ হয়, আপোনাক অনুগ্ৰহ আৰু উপযোগী পাত্ৰ বনোৱাত পছন্দ কৰে। কষ্ট বাবে ভয় নকৰিব আৰু ইয়াক উদ্দেশ্য বাবে নিজকে সমৰ্পিত কৰি আগলৈ আহক।
মন কৰিবলগীয়া:” সেই বাক্যই মাংসa হ’ল; অনুগ্ৰহ আৰু সত্যতাৰে পৰিপূৰ্ণ হৈ আমাৰ মাজত বসতি কৰিলে; তাতে পিতৃৰ একমাত্ৰ পুত্ৰ হিচাপে তেওঁৰ যি মহিমা, সেই মহিমা আমি দেখিলোঁ। আমি সকলোৱে তেওঁৰ সেই পূৰ্ণতাৰ পৰা অনুগ্রহৰ ওপৰিও বিনামূলীয়া অনুগ্রহ পালোঁ।( যোহন ১:১৪, ১৬)।