সেপ্টেম্বর 01 – আপোনাক শান্তি প্ৰাপ্ত হওক!
“তেতিয়া যিহোৱাই তেওঁক ক’লে, “তোমাৰ শান্তি হওক! ভয় নকৰিবা, তুমি নমৰিবা।” 24 তাৰ পাছত গিদিয়োনে সেই ঠাইতে যিহোৱাৰ অৰ্থে এটা বেদী নিৰ্ম্মাণ কৰি তাৰ নাম দিলে ‘যিহোৱা চালোম”( বিচাৰকৰ্তাসকল ৬:২৩, ২৪)।
আমাৰ মৰমিয়াল প্ৰভু শান্তিৰ লেখক হয়। ‘ শান্তিৰ ৰাজকুমাৰ’ তেওঁক দিয়া কেবাটাও নামৰ ভিতৰত এটি নাম হয় ( যিচয়া ৯:৬)। তাৰ মাধ্যমেৰে আমাক শান্তিৰ প্ৰতিঞ্জা কৰা হৈছে। ঈশ্বৰৰ শান্তি, স্বৰ্গৰ পৰা আমাৰ ফালে নামিছে ।
এবাৰ তাত ১০ জন কোষ্টৰোগী আছিল যি যীশুৰ ওচৰলৈ আহিছিল, তেওঁ লোকে নিজৰ মাত চিঞৰী কলে, ” হে প্ৰভু, আপুনি যদি ইচ্ছা কৰে, তেনেহলে মোক শুচি কৰিব পাৰে।”পুৰোহিতৰ আগত গৈ নিজকে দেখুওৱা । ” আৰু সেই বাবে তেওঁ যেনেকৈ গল তেওঁৰ ওচৰত দিব্যি সুস্থতা আছিল।
সেই ১০ জন কোষ্টৰোগী ভিতৰত এজনে প্ৰভু মহিমা আৰু ধন্যবাদ দিবলৈ তেওঁৰ ওচৰলৈ উভটিল। আৰু যীশুৱে তেওঁক কলে, ” বৰং যোৱা। তোমাৰ বিশ্বাসেই তোমাক সুস্থ কৰিলে। ” আমাৰ ঈশ্বৰ কেৱল মুক্তি দিয়া নহয় আপোনাক পূর্ণ শান্তি প্ৰদান কৰে।
আজিও যীশু প্ৰেমৰে মাটিতে, ” হে পৰিশ্ৰান্ত আৰু ভাৰাক্ৰান্ত লোক সকল, মোৰ ওচৰলৈ আহা; মই তোমালোকক জিৰণি দিম।”( মথি ১১:২৮)। আপুনি তেওঁৰ আমন্ত্রণ স্বীকাৰ নকৰিব নে আৰু পূৰ্ণ শান্তি প্ৰাপ্ত নকৰিব নে যি কেৱল তেৱেঁই প্ৰদান কৰিব পাৰে? কিয়নো বিশ্ৰাম যি যিহোৱা প্ৰদান কৰে সেয়া কেৱল পৰমেশ্বৰৰ শান্তি হয়। আজি গোটেই জগত ইফালে সিফালে আৰু সমস্যাত পৰি আছে। ” যিহোৱাই কৈছে, “দুষ্ট লোকসকলৰ কাৰণে কোনো শান্তি নাই।”( যিচয়া ৪৮:২২)।
এবাৰ, কিছু ছাত্ৰ এজন লগৰ ছাত্ৰক সুধিলে, যি এজন খ্ৰীষ্টীয় আছিল, তেওঁ কেনেকৈ শান্তিপূর্ণ হব পাৰে, যত অন্য সকল সমস্যাৰে পিড়ীত আছে। ইয়াত তেওঁ উত্তৰ দিলে, ” সদায়, মই পূৱাতে প্ৰভু যীশুৰ চৰনত বহো , যি শান্তিৰ ৰাজকুমাৰ’ হয় আৰু তেওঁৰ স্তুতি আৰু আৰাধনা কৰো। মই সেই সময়লৈকে তেওঁৰ মহিমা কৰো, যেতিয়া লৈকে ঈশ্বৰৰ শান্তি যি জগতে দিব নোৱাৰে আৰু লব নোৱাৰে, মোৰ হৃদয়ত বাস কৰে। ইমানেই নহয়, যেতিয়া কিবা সমস্যা ওচৰলৈ আহে, তেন্তে মই তাক তেওঁৰ চৰনত এৰি দিও, এই বিশ্বাসৰ সৈতে যে তেওঁ ইয়াৰ সমাধান কৰিব। মই আনন্দ আৰু শান্তিৰে পৰিপূৰ্ণ হয় গলো , কিয়নো মই নিজৰ ওপৰত বোজা নুতোলো । ”
পৰমেশ্বৰৰ মৰমিয়াল সন্তান, আপুনিও আপোনাৰ জীবনত প্ৰত্যেক দিন শান্তি আৰু আনন্দ পাবলৈ সেই অভ্যাস পালন কৰিবনে ?
মন কৰিবলগীয়া:” যি ঈশ্বৰৰ শান্তি, সেয়ে খ্ৰীষ্ট যীচুত আপোনালোকৰ হৃদয় আৰু ভাবনাক পহৰা দিব( ফিলিপিয়া ৪:৭) ।