জুলাই 06 – দায়ুদৰ সত্যতা!
” যিহোৱাই প্ৰতিজনক তাৰ ধাৰ্মিকতা আৰু বিশ্বস্ততা অনুসাৰে প্ৰতিফল দিব; কিয়নো যিহোৱাই আজি আপোনাক মোৰ হাতত শোধাই দিছিল, কিন্তু মই যিহোৱাৰ অভিষিক্ত জনৰ বিৰুদ্ধে হাত দাঙিবলৈ সন্মত নহ’লো। “(১চমূৱেল২৬:২৩)।
দায়ুদ পৰমেস্বৰৰ এই নিৰ্দেশক পূৰ্ণ কৰিবলৈ বিশ্বাসযোগ্য আছিল, যে ” যিহোৱাৰ অভিষিক্ত জনৰ বিৰুদ্ধে হাত দাঙিবলৈ নালাগে”। চৌলক ৰজা ৰূপে অবিশেষ কৰা হৈছিল। কিন্তু কিন্তু পৰমেস্বৰৰ বাক্য অবহেলা কৰাৰ কাৰনে তেওঁৰ উপেক্ষিত কৰা হৈছিল। পৰমেশ্বৰে চৌলক সিংহাসনৰ পৰা আতৰ কৰিবলৈ আৰু তাক দায়ুদক সমৰ্পন কৰিদিবলৈ ইচ্ছা প্ৰকাশ কৰিলে। কিন্তু, তথাপিও দায়ুদৰ মনত চৌলৰ প্ৰতি আদৰৰ সন্মান আছিল।
কিন্তু, চৌলে দায়ুদৰ চিকাৰ কৰাৰ অৰ্থে তেওঁৰ পিছ পৰিল। যেতিয়া দায়ুদ পৰ্বত আৰু গুহাত লুকাই আছিল, তেতিয়াও চৌল নিজৰ যুজাৰুৰ সৈতে তেওঁৰ পিছত পৰিল। কিন্তু এদিন, দায়ুদ, এদিন চৌলৰ ওচৰত অকলে যোৱাত সক্ষম হল, যেতিয়া চৌল শুই আছিল। আৰু সেই যাঠী আৰু পানীৰ পাত্ৰ তেওঁৰ ওচৰত আছিল, লয় তাৰ পৰা গুচি গল। তেওঁ চৌলক মৃত্যু কৰাৰ চেষ্টা নকৰিলে। যেতিয়া অবিচয় চৌলক ঘাত কৰিবলৈ বিচাৰিলে দায়ূদে অবীচয়ক ক’লে, “তেওঁক বিনষ্ট নকৰিবা; কাৰণ যিহোৱাৰ অভিষিক্ত জনৰ বিৰুদ্ধে হাত দাঙি কোনো নিৰপৰাধী হৈ থাকিব নোৱাৰে?”(১ চমূৱেল ২৬:৯)।
দায়ুদৰ সত্যতা দেখা পায় পৰমেশ্বৰে তেওঁক আশীর্বাদ দিব বিচাৰিলে। দায়ুদ দিন প্ৰতিদিন উন্নতি কৰি থাকিল। উচিত সময়ত, তেওঁক চৌলৰ ৰাজ্য উত্তৰাধিকাৰী ৰূপে প্ৰাপ্ত হল। আমিও কিমান আশীর্বাদ যুক্ত হম, যদি আমিও দায়ুদৰ দৰে বিশ্বাসযোগ্য হয় থাকিম! পৰমেস্বৰৰ মনোনীতৰ বেয়া কেতিয়াও নকৰিব। তেওঁ লোকৰ প্ৰতি কেতিয়াও হাত নুতুলিব। পবিত্র শাস্ত্ৰ কয়, ” ঈশ্বৰৰ মনোনীত সকলৰ বিৰুদ্ধে কোনে অপবাদ দিব? ঈশ্বৰেহে ধাৰ্মিক বুলি গণিত কৰোঁতা।”( ৰোমীয়া ৮:৩৩)।
যিসকল পৰমেস্বৰৰ ওপৰত প্ৰেম ৰাখে তেওঁ কেতিয়াও পৰমেস্বৰৰ অবিশীত্ব দাসৰ ওপৰত দুৰ্বলতা নিবিচাৰে। তেওঁ তাৰ ভিতৰত দেখা দিয়া ভাল বস্তুৰ প্ৰশংসা কৰিব আৰু যেতিয়া কিবা অভাব দেখা দিয়ে, তেতিয়া তেওঁক লজ্জিত কৰাৰ বাদে তেওঁৰ বাবে আঠু কাঢ়ি চকুলো সৈতে প্ৰাৰ্থনা কৰিব। দায়ুদৰ ভিতৰত কিমান অদ্ভুত সত্যতা আছিল!
চুলোমানে দায়ুদৰ সত্যতা চালে। তেতিয়া তেওঁ প্ৰাৰ্থনা কৰি কলে, ” আপোনাৰ দাস মোৰ পিতৃ দায়ূদে সত্যতা, ধাৰ্মিকতা আৰু সৰল চিত্তেৰে যি আচৰণ কৰিলে, সেইদৰে আপুনি তেওঁক অতিশয় দয়া কৰিলে৷ বিশেষকৈ তেওঁক এনে মহা-অনুগ্ৰহ কৰিলে যে, আজিৰ দৰে তেওঁৰ সিংহাসনত বহিবলৈ তেওঁক এজন পুত্ৰও দিলে।”( ১ ৰাজাৱলী ৩:৬)। পৰমেশ্বৰৰ মৰমিয়াল সন্তান, পৰমেশ্বৰৰ প্ৰতি বিস্বাস যোগ্য হয় থাকক। অবিশেষপ্ৰাপ্ত লোকৰ ভিতৰত দোষ বিচাৰিবলৈ অভ্যাস এৰক আৰু স্বৰ্গীয় শান্তি আৰু নম্ৰতাৰ সৈতে থাকক।
মন কৰিবলগীয়া:” হে যিহোৱাৰ ভক্ত লোকসকল, তোমালোকে তেওঁক প্ৰেম কৰা; যিহোৱাই বিশ্বাসীসকলক ৰক্ষা কৰে, কিন্তু অহংকাৰীবোৰক তেওঁ অধিক প্ৰতিফল দিয়ে।”( গীতমালা ৩১:২৩)।