ਦਸੰਬਰ 02 – ঈশ্বৰৰ ঞ্জান!
“মই বচলেলক মোৰ আত্মাৰে পৰিপূৰ্ণ কৰিম, তেওঁলৈ সকলো প্রকাৰ শিল্পকৰ্মৰ বাবে প্রজ্ঞা, বুদ্ধি, আৰু জ্ঞান দিম” ( যাত্ৰা পুস্তক ৩১:৩)।
আমাৰ ঈস্বৰ নিস্পক্ষ হয় আৰু তেওঁ এজন ব্যক্তিক একো নিদিব আৰু অন্যক অস্বীকাৰ নকৰিব। যেতিয়াও আপুনি এই আশীৰ্ব্বাদৰ বিষয়ে পাঠ কৰে যি পৰমেশ্বৰে তেওঁৰ সাধুসকলক দিছিল, তেন্তে আপোনাক সেই আশীর্বাদৰ দাবী আপুনি আৰু নিজৰ পৰিয়ালৰ বাবে কৰিব লাগে।
হব পাৰে আপোনাৰ সন্তান অধ্যয়ন কৰাত ইমান মেধাবী নহব পাৰে, যিমান আপুনি তেওঁৰ ওপৰত আশা কৰে। হব পাৰে তেওঁ লোকৰ ইচ্ছা নহব পাৰে। কিন্তু যেতিয়া আপুনি আপোনাৰ সন্তানৰ বাবে পূৰ্ণ ঞ্জানৰ বাবে প্ৰাৰ্থনা কৰে তেতিয়া যি ঈস্বৰ সকলোকে উদাৰতাৰে দিয়ে, তেওঁ পূৰ্ণ ঞ্জান প্ৰদান কৰিবলৈ আৰু তেওঁ লোকক আশীর্বাদ দিব।
পবিত্র শাস্ত্ৰত ঊৰীৰ পুত্ৰ বচলেলৰৰ দ্বাৰা এজন যুৱকৰ বিষয়ে পাঠ কৰো ( যাত্ৰাপুস্তক ৩১:২)। পৰমেশ্বৰৰ মনোনীত আৰু সেই বুদ্ধি, বোজ আৰু ঞ্জানৰে পৰমেশ্বৰৰ আত্মাৰে পৰিপূৰ্ণ কৰি দিলে। আৰু সেই বাবে তেওঁ সকলো দিশেৰে নিপুন এক মহান শিল্পকাৰ হয় গল। তেওঁ কল্যাণময় কাৰ্য্য বনাবলৈ, ৰূপৰ কাৰ্য্য, চেটিংগ কৰিবলৈ গহনা কাটিবলৈ বিশেগ্য হয় গল। যত তেওঁ তেওঁৰ ঞ্জান নষ্ট নকৰে, কিন্তু তেওঁক পৰমেশ্বৰক অৰ্পিত কৰিলে, আৰু পৰমেশ্বৰৰ মন্দিৰ নিৰ্মাণত তেওঁ নিজৰ পৰমেশ্বৰৰ প্ৰদত্ত বুদ্ধি আৰ বিশেষজ্ঞতাৰ প্ৰয়োগ সাক্ষীৰ চন্দুক, আৰু তাৰ ওপৰত লাগি থকা প্ৰায় চিত্তৰ আসন, আৰু নিবাসৰ সকলো চকী বনাবলৈ ললে – যেনেকুৱা প্ৰভুৱে আঞ্জা দিছিল।
যেতিয়া আপুনি প্ৰাৰ্থনাত বিচাৰে, তেতিয়া পৰমেশ্বৰ আপোনাৰ সন্তানকো এনেকুৱা বুদ্ধি দিব। যিকোনো ঞ্জান সেয়া কম্পিউটাৰ, গনিত, কলা বা বিঞ্জান শাখা হওক পৰমেশ্বৰক বিচাৰক, কিয়নো তেওঁ নিজৰ সন্তানক ভাল উপহাৰ দিবলৈ উৎসাহিত হয় আছে। যেনেকুৱা দানিয়েলৰ বিষয়ত, যি অন্য বুদ্ধিমানৰ তুলনাত দহ গুন অধিক বুদ্ধিমান আছিল, পৰমেশ্বৰ আপোনাৰ সন্তানক ১০ গুন ঞ্জান দিব।
যেতিয়া আপুনি কিবা পৰীক্ষাৰ সন্মূখীন হয়, বা কিবা নতুন চাকৰি আৰাম্ভ কৰে বা কিবা বিদেশী যাত্রা কৰে তেতিয়া কেতিয়াও ভয়ৰ আগত তল নপৰিব। আমাৰ পৰমেশ্বৰ যি বুদ্ধি দিয়ে, তেওঁ তোমাৰ সৈতে থাকিব, আৰু তোমাক অনুগ্ৰহ দিব আৰু তোমাৰ বাবে সকলো সিদ্ধ কৰিব। কিয়নো পৰমেশ্বৰৰ বুদ্ধি সাংশাৰিক ইচ্ছা নহয় কিন্তু স্বৰ্গীয় ইচ্ছা হয়।
মন কৰিবলগীয়া:” যিহোৱাৰ আত্মা, প্ৰজ্ঞাৰ আত্মা, আৰু সুবিবেচনা,পৰামৰ্শ, আৰু পৰাক্ৰমৰ আত্মা, জ্ঞান আৰু যিহোৱা বিষয়ক ভয়ৰ আত্মা, তেওঁৰ ওপৰত স্থিতি ল’ব।”( যিচয়া ১১:২)।