ਨਵੰਬਰ 17 – আগলৈ মাৰ্চ!
“… কিন্তু মই এই কাম কৰোঁ: পাছত থকা সকলোকে পাহৰি, আগত থকা বোৰলৈহে যত্ন কৰোঁ৷ খ্ৰীষ্ট যীচুত ঈশ্বৰে কৰা স্বৰ্গীয় আমন্ত্ৰণৰ বটাৰ অৰ্থে ঘাইকৈ আগবাঢ়ি গৈ আছোঁ( ফিলিপীয়া ৩:১৩, ১৪)।
আপোনাক এয়া কেতিয়াও পাহৰিব নালাগে যে যেতিয়াও আপুনি পৰমেশ্বৰৰ উপস্থিতত এটি দৃঢ় সংকল্প বা এটি নতুন প্ৰতিবন্ধতা বনায়, তেতিয়া আপুনি প্ৰথম পৰাই জয়ৰ ফালে আগ বাঢ়িছে , তেওঁৰ উপস্থিতৰ আনন্দৰ ফালে আৰু তেওঁৰ ৰাজ্যৰ উৎসাহৰ ফালে।
নতুন বছৰৰ আৰাম্ভনিত আপুনি বহুত নতুন সংকল্প লয়। এই দৰে আপোনাক প্ৰত্যেক মাহৰ আৰাম্ভনিত কিছু দৃঢ় প্ৰতিঞ্জা কৰিব লাগিব। এয়া কেৱল নামমাত্র সংকল্প হব নালাগে, কিন্তু তাক জাৰি কৰিবলৈ প্ৰতিবন্ধতা হব লাগিব । প্ৰত্যেক পুৱা আপোনাক পৰমেশ্বৰৰ উপস্থিতিত নিজকে সমৰ্পিত কৰিব লাগিব আৰু সংকল্প বোৰৰ বাবে প্ৰাৰ্থনা কৰিব লাগে। পাঁচনি পৌলে উল্লেখ কৰিছে :” কিন্তু মই এই কাম কৰোঁ: পাছত থকা সকলোকে পাহৰি, আগত থকা বোৰলৈহে যত্ন কৰোঁ”। হয়, তেওঁ তেওঁৰ দৃঢ় সংকল্প আছিল।
সৰ্ব প্ৰথমে আৰু সকলোতকৈ মহৰ্তপূৰ্ন, আপোনাক নিজৰ পিছত যিবোৰ আছে আকৰ্ষিত কৰে আৰু যিবোৰ তলত আছে। যি কোনোৱে চদোমক এৰি দিয়ে তেওঁ পুনৰ উভতি চদোম চাব নালাগে। এবাৰ যেতিয়া আপুনি মিচৰৰ পৰা উলাই গল, তেতিয়া আপোনাক মিচৰৰ, পিঁয়াজ, নহৰু আৰু তৰভুজৰ বিষয়ে ভাবিব নালাগে।
কিছু লোকৰ বাবে, তেওঁৰ পিছৰ চিন্তা তেওঁৰ হৃদয়ত দুখ আৰু বেদনা লয় আহে। কিছু অন্য হয়, যি সদায় নিজৰ পিছৰ অনুভবৰ বিষয়ে কথা পাতে আৰু নিজে নতুন দিশ আৰু নতুন মাৰ্গদৰ্শন বাবে নিজকে প্ৰতিদ্বন্দিতা কৰা নায়। এবাৰ জৰ্জ বৰ্নাড চা সত্য কৈছিল যে :” আমাক অতীতক নহয়, কিন্তু আমাৰ ভৱিষ্যতৰ দায়িত্বৰে বুদ্ধিমান বনোৱা হয়। ”
আৰু দ্বিতীয় আপোনাক সেই লোক সকলৰ খোজ কৰিব লাগে যি আগত আছে আৰু যি উৎকৃষ্ট হয়। যিহোৱা কয় :” তোমালোকে পূৰ্বকালৰ কথা সোঁৱৰণ নকৰিবা, আৰু পুৰণি কথাবোৰলৈ বিবেচনা নকৰিবা। চোৱা, মই এক নতুন কাৰ্য কৰিবলৈ উদ্যত; সেয়ে এতিয়া ঘটিব;…( যিচয়া ৪৩:১৮, ১৯)। বাস্তৱত, আজি প্ৰভু আপোনাৰ জীবনত এটি নতুন বস্তু নিৰ্মাণ কৰি আছে।
তৃতীয়, বাচ বা জাহাজ বা বিমান দৰে হয় যাৰ এটি নিশ্চিত গতিবিধি আছে, আপোনাক নিজৰ জীবনৰ বাবে এটি স্পষ্ট লক্ষ্য হব লাগিব। আৰু সেই লক্ষ্য এই জগতৰ খ্ৰীষ্টক পূৰ্ণতা প্ৰাপ্ত কৰা আৰু সহায়ৰ বাবে অনন্ত কানানত থাকিব লাগিব। পৰম্পৰৰ মৰমিয়াল সন্তান, আপুনি নিজৰ জীবনৰ প্ৰত্যেক দিন সেই দিশত আগ বাঢ়িছে।
মন কৰিবলগীয়া:” এতেকে ইমানবোৰ সাক্ষীয়ে আমাক চাৰিওফালে বেৰি থকা দেখি, আহক, আমিও আটাই বাধা আৰু আমাক লগ ধৰি থকা পাপ দূৰ কৰি আমাৰ আগত থকা দৌৰৰ পথত ধৈৰ্যৰে দৌৰোহঁক,”( ইব্ৰী ১২:১)।