জুলাই 10 – তেওঁলোকৰ মঙ্গলৰ অভাৱ নহয়!
“ডেকা সিংহবোৰৰ আহাৰৰ অভাৱ হয়, সিহঁতে ভোকত কষ্ট পায়: কিন্তু যিসকলে যিহোৱাক বিচাৰে, তেওঁলোকৰ মঙ্গলৰ অভাৱ নহয়”(গীতমালা ৩৪:১০) ।
পৰমেশ্বৰৰ সন্তানৰ কোনো বস্তুৰ অভাব । যেতিয়া যীশু খ্রীষ্ট, যি ভাল কাৰ্য্য কৰে, তেওঁৰ সৈতে আছে। গীতকাৰে কয়, ” তেওঁলোকৰ মঙ্গলৰ অভাৱ নহয়” এয়া বুজাবলৈ, সিংহ আৰু সিংহৰ পোৱালীক দৰ্শাইচে। সিংহৰ পোৱালীক কেৱল এটি ভাল বস্তু লাগে, সেয়া ভোজন হয়।যেনেকৈ সিংহক মাতৃ, পিতৃ তেওঁৰ বাবে ভোজন আনে, তেনেকৈ সন্তান তাক খায় আৰু আনন্দৰে বাঢ়ি যায়।
সিংহ বনৰ ৰজা আৰু কেতিয়াও সি পিছফালে নাথাকে। কোনো জন্তু তেওঁৰ বিৰুদ্ধে যুঁজ কৰিব নোৱাৰে আৰু জয়ী হব নোৱাৰে। সি সদায় তীব্ৰ আৰু দৃঢ় হয় জয় প্ৰাপ্ত কৰে। কেতিয়াবা কেতিয়াবা এই ৰজা নিজৰ পোৱালীৰ বাবে ভোজন অনাত অসামৰ্থ হয় আৰু তেতিয়া তাৰ পোৱালিক ভোক্তা আৰু অভাবৰ দ্বাৰা পিড়ীত হব লাগে।
কিন্তু, আমাৰ যীশু খ্রীষ্টক চাওক। তেওঁ এটি সিংহ হয়। তেওঁ যিহোদাৰ বংশৰ ৰজা সিংহ হয়, তেওঁ নিজৰ সন্তানৰ বাবে সকলো ভাল কাম কৰে। যিয়ে তেওঁক বিচাৰে তেওঁ লোকৰ কোনো বস্তুৰ অভাব নহয়।
মোৰ পিতৃ চেন্নাই চহৰত নিবনুৱা হৈ ১বছৰ সংঘৰ্ষ কৰিছিল তেওঁ পথত খোজ কাঢ়োতে চকুলো সৈতে প্ৰাৰ্থনা কৰি পৰমেশ্বৰক কয়েছিল, ” পৰমেশ্বৰ এই চহৰত আপোনাক নজনা সকলে চাকৰি প্ৰাপ্ত কৰি বহুত আনন্দিত আছে। যিসকল তোমাক নাজানে তেওঁ লোক উচ্চ পদত আছে। আপুনি মোক এটি ভাল চাকৰি কিয় নিদিয়ে? আপুনি মোৰ উন্নতি কিয় নকৰে? সেই সময়ত পৰমেশ্বৰে তেওঁক এটি বাক্য সুৱৰাই দিলে ( গীতমালা ৩৪:১০)। কিয় তেওঁ লোকক কিবা ভাল বস্তুৰ অভাব হবনে?
লিখা আছে, যিসকলে যিহোবাক বিচাৰে তেওঁ লোকৰ কেতিয়াও ভাল বস্তুৰ অভাৱ নহব । তেতিয়া মোৰ পিতৃ উপবাস প্ৰাৰ্থনা সৈতে পৰমেশ্বৰক বিচাৰিবলৈ আৰাম্ভ কৰিলে। পৰমেশ্বৰে তেওঁৰ প্ৰাৰ্থনা শুনিলে আৰু তেওঁ লোকক ভাল চাকৰিৰে আশীর্বাদ কৰিলে। মোৰ পিতৃক ভবাতকৈয়ো অধিক উচ্চ কৰিলে আৰু আশীর্বাদ যুক্ত কৰিলে।
আপুনি পৰমেশ্বৰক বিচাৰিবলৈ নিজৰলহৃদয় পৰিবৰ্তন কৰিবনে ? কিন্তু তোমালোকে প্ৰথমে ঈশ্বৰৰ ৰাজ্য আৰু ধাৰ্মিকতা বিচাৰিবানে? আপুনি তেওঁৰ উজ্জ্বল চেহেৰা আৰু তেওঁৰ পাতল মাত শুনিবলৈ উৎসাহিত আছেনে? পৰমেশ্বৰ আপোনাক এটি প্ৰতিঞ্জা কৰি কয়, ” মই আজিয়েই প্ৰকাশ কৰিছোঁ যে, মই তোমাক দুগুণ মঙ্গল দান কৰিম। “( জখৰিয়া ৯:১২)।
আমাৰ পৰমেশ্বৰ সেয়া হয় যি আমাৰ বাবে ভাল কাৰ্য্য কৰে। পৰমেশ্বৰৰ ভাল কৰ্ম ৰ বিষয়ে ভবাৰ সময়ত কেতিয়াও নাভাবিব যে তেওঁ সাংসাৰিক আশীর্বাদৰে সম্বন্ধিত আছে। পৰমেশ্বৰৰ ভাল বস্তুৰ ভিতৰত এটি উদাহৰন হল উদ্ধাৰ। এই দৰে, তেওঁ আপোনাক ভাল বস্তু যেনেকৈ পবিত্র আত্মা দিয়ে।
মন কৰিবলগীয়া:” . .. তেনেহলে তোমালোকৰ স্বৰ্গত থকা পিতৃৰ ওচৰত যি সকলে বিচাৰে, সেই লোক সকলক জানো তেওঁ অধিকৰূপে ভাল বস্তু নিদিব?”( মথী ৭:১১)।