সেপ্টেম্বর 06 – নিজৰ হৃদয়ক পৰমেশ্বৰৰ শান্তিক ৰাজ্য কৰিবলৈ দিয়ক!
“এতিয়া আপোনালোকৰ সকলোৰে হৃদয়ত খ্ৰীষ্টৰ শান্তিয়ে কৰ্ত্তৃত্ব কৰক; আপোনালোক তাৰ কাৰণেই এক শৰীৰত আমন্ত্ৰিত হ’ল; আৰু কৃতজ্ঞ হওক। ( কলচীয়া ৩:১৫) ।
আমাক নিজৰ জীবন পৰীক্ষা আৰু নিৰীক্ষণ কৰাৰ প্ৰয়োজন আছে যে আমাৰ হৃদয়ত কি আছে? এয়া পৰমেশ্বৰৰ শান্তিৰ দ্বাৰা শাসিত নে, যিদৰে পাঁচনি পৌলে উক্ত বাক্যত উল্লেখ কৰিছে? নে আমি চয়তানৰ দ্বাৰা অনা সংঘৰ্ষ, ক্ৰেধৰ প্ৰকোপ, পূৰ্বেগ্ৰহ আৰু মাজৰ বিভেদৰ দ্বাৰা শাসিত নে? আপনাৰ হৃদয়ত কেৱল ঈস্বৰৰ শান্তিৰ শাসন হওক।
যেতিয়া পৰমেশ্বৰ আপনাৰ হৃদয়ত শাসন কৰে আৰু আপনাৰ হৃদয়ৰ কেন্দ্রত আপোনাৰ ৰজাৰ ৰূপে বিৰাজমান হয়, তেতিয়া পবিত্র আত্মাৰ ফলৰ সৈতে উপস্থিত হব। কিন্তু যেতিয়া আপুনি চয়তানক নিজৰ হৃদয়ত শাসন কৰিবলৈ ঠাই দিব, তেতিয়া আমাৰ প্ৰভু যীশু আৰু পবিত্র আত্মা দুখী হব আৰু আপোনাৰ বাহিৰত টিয়া হব । আৰু যেতিয়া চয়তান আপোনাৰ হৃদয়ৰ কেন্দ্র হব, তেতিয়া তাৰ চাৰিওফালে সাপ, ভেকুলী আৰু গাহৰি হব।
কোনোবা ৰাষ্ট্ৰীৰ এজেন্ডা তাৰ শাসকৰ দ্বাৰা নিৰ্ধাৰিত কৰা হয়। আৰু তাৰ বিষয় সেই এজেন্ডা ওপৰত আধাৰিত হব। উদাহৰনৰ বাবে, যদি কোনোবা ৰাষ্ট্ৰীত কমিউনিটি পাৰ্টীৰ শাসন হয়, তেন্তে তেওৰ সেই কাৰ্য্য সেই সিদ্ধান্ত দৰ্শনৰ ওপৰত নিৰ্ধাৰিত হব। সেই বাবে, যিকোনো পাৰ্টী সত্তাত আহে, সি অকল নিজৰ এজেন্ডা লাগু কৰিবলৈ চেষ্টা কৰিব। এই সম্বন্ধে, আপোনাৰ সকলো কাৰ্য্য আৰু ব্যবহাৰ আমাৰ ঈস্বৰক প্ৰতিবিম্বিত কৰিব, যদি তেওঁ শান্তিৰ ঈস্বৰ হয়, আপোনাৰ হৃদয়ত ৰাজ্য কৰে। আৰু তোমাৰ হৃদয় পৰমেশ্বৰৰ শান্তিৰে পৰিপূৰ্ণ হয় যাব।
এই দুভাৰ্গ্য হয় যে বহুত লোক এই কথাৰ মনোযোগ নকৰে যে তেওঁ লোকৰ কোন শাসন কৰি আছে? এয়াই কাৰন হয় যে কিছুমান ৰাষ্ট্ৰ নিজৰ দৃষ্টি কোনো শেষ হয় যায়। আৰু কিছু দেশ দুৰ্বল সকলৰ মাতৰ লক্ষ্য নকৰি, ‘ মাইট ইচ ৰাইট’ ৰ দৰ্শনো হয়।
পাঁচনি পৌলৰ দ্বাৰা শাসন বা চৰকাৰৰ বৰ্নন কৰিবলৈ ব্যৱহাৰ কৰা শব্দ গ্ৰীক শব্দ ‘ ব্ৰেবিওট” হয়। এই শব্দ খেলৰ বাবে প্ৰয়োগ হয়, আৰু এয়া ‘ এম্পায়ার’ ক দৰ্শাই। যদি ঈস্বৰৰ শান্তি আপোনাৰ জীবনত এম্পায়ার বা ৰেফাৰী হয়, তেন্তে আপোনাৰ জীবন উচিত ক্ৰমত হব। সেই বাবে, ঈস্বৰক আপোনাৰ হৃদয়ত অপৰম্পাৰ ৰূপে ৰাখক, আৰু যি আপোনাক জড়িত কৰিবৰ প্ৰয়োজন আছে তাক জড়িত কৰক আৰু যি আপোনাক ত্যাগ কৰিবৰ প্ৰয়োজন আছে তাক ত্যাগ কৰক, ঈস্বৰৰ শান্তিত থাকিবলৈ।
যদি কাৰোবাৰ জীবন ঈস্বৰৰ শান্তিৰ দ্বাৰা সঞ্চালিত নহয়, তেন্তে একো লাভ নায় , লাগিলে তাৰ ওচৰত জগতৰ সকলো সম্পত্তি আৰু ধন হওক। সেই বাবে, যদি আপুনি বিচাৰে যে পৰমেশ্বৰৰ শান্তি আপোনাৰ হৃদয়ত পৰিপূৰ্ণ হয় যাওক, তেন্তে আপোনাক যীশু খ্রীষ্টক নিজৰ জীবনত শাসক হবলৈ দিব লাগে।
পৰমেশ্বৰৰ মৰমিয়াল সন্তান, আন্ধাৰৰ প্ৰভুত্বৰ পৰা আতৰ হয় যাওক আৰু শান্তিৰ ৰাজ্যত প্ৰৱেশ কৰক। তেতিয়া পৰমেশ্বৰৰ শান্তি, যি বুজাৰ বাহিৰত, তোমাৰ হৃদয়ত ৰাজ্য কৰিব।
মন কৰিবলগীয়া:”যেতিয়া তোমালোকে সোঁফালে কি বাঁওফালে ঘুৰিবা, তেতিয়া তোমালোকৰ কাণে তোমালোকৰ পাছফালে কোৱা বাক্য শুনিবলৈ পাব, “এয়ে পথ, এই পথে চলা,” ( যিচয়া ৩০:২১)।