জুলাই 16 – এজনা আমাৰ সৈতে!
“ভয় নকৰিবা, কাৰণ মই তোমাৰ লগত আছোঁ; ব্যাকুল নহ’বা, কাৰণ মই তোমাৰ ঈশ্বৰ; মই তোমাক শক্তি দিম, মই তোমাক সহায় কৰিম, আৰু মোৰ বিজয় যুক্ত সোঁ হাতেৰে তোমাক ধৰি ৰাখিম।”( যিচয়া ৪১:১০)।
পৰমেশ্বৰে কেৱল আমাৰ লগত নহয় আমাৰ ভিতৰতো থাকে। তেওঁ আমাৰ সংগে চলা ফুৰা কৰে আৰু আমাকে কেতিয়াও নেৰে তেওঁৰ নাম ” ইমানুনেল” হয়, যাৰ অৰ্থ ” আমাৰ লগত ঈশ্বৰ”।
যিমান লোকে এয়া নামানো ঈস্বৰ আমাৰ লগত আছে, তেওঁ লোকে ভাৱে পৰমেশ্বৰ কিছু দুৰত আছে। তেওঁ লোকে ভাবি থাকে ‘ তেওঁ আমাৰ সৈতে নাথাকিব। তেওঁ কেৱল পবিত্র শাস্ত্ৰ কৰুব আৰু চাৰিফৰ সৈতে থাকিব। তেওঁ কেৱল ২৪ প্ৰাচীন আৰু ৪ জীবিত প্ৰাণীৰ সৈতে থাকিব। ” সেই বাবে পৰমেশ্বৰৰ মধুৰ উপস্থিত অনুভব কৰাত বিফল আছে।
পৰমেশ্বৰ বাস্তৱতে স্বৰ্গত থাকে। কিন্তু তেওঁ প্ৰেমী পিতৃ ৰূপে আপোনাৰ ওচৰলৈ আহে, যেতিয়া আপুনি তেওঁক স্বীকাৰ কৰে আৰু তেওঁৰ ওপৰত বিস্বাস ৰাখে। যেতিয়া আপুনি গায় আৰু তেওঁৰ স্তুতিত বাস কৰে, তেওঁ আপোনাৰ মাজত থাকিবলৈ নামি আহে।
পবিত্র শাস্ত্ৰৰ প্ৰতিঞ্জাৰ মাজৰ প্ৰমুখ প্ৰতিঞ্জা ” মই তোমাৰ সৈতে আছো। ” আমি পবিত্র শাস্ত্ৰৰ প্ৰত্যেকক পৰমেশ্বৰৰ দ্বাৰা এই বাক্য কোৱা দেখা পাওঁ সেই বাবে কোনো একো নথকাকৈ আগবাঢ়িবলৈ সক্ষম হল আৰু পৰমেশ্বৰৰ বাবে আৰু অদ্ভুত কাৰ্য্য কৰিব পাৰিলে।
যিহূচোৱা কেনেকৈ আগ বাঢ়লে আৰু কানান দেশৰ উত্তৰাধিকাৰী হল? এয়া কেৱল পৰমেশ্বৰৰ এই প্ৰতিঞ্জা বাবে হল”… মই মোচিৰ লগত থকাৰ দৰে তোমাক ত্যাগ নকৰিম বা এৰি নাযাওঁ।”( যিহূচোৱা ১:৫)
কি কাৰন আছিল সেই শিষ্য সকলক যি এসময়ত যীশুক অস্বীকাৰ কৰিছিল , তেওঁক শাও দি তেওঁৰ বিৰুদ্ধে শপত খায়, তেওঁ লোক পৰিবৰ্তন হয় পিছত যিৰুচালেমত শক্তিশালী ৰূপে মহান কাৰ্য্য কৰিলে? তেওঁ লোকৰ বাবে হেজাৰ আত্মাৰ শষ্য দাবলৈ কেনেকৈ সক্ষম হয়? এয়া কাৰন কেৱল পৰমেশ্বৰৰ প্ৰতিঞ্জাৰ বাবে, । যেতিয়া পৰমেশ্বৰে কলে, ” … আৰু চোৱা, জগতৰ শেষলৈকে মই সদায় তোমালোকৰ সঙ্গে সঙ্গে আছোঁ”।”( মথী ২৮:২০) তেওঁ লোক দৃঢ় হয় পৰমেশ্বৰৰ কাৰ্য্য শক্তিশালী ৰূপে কৰিলে।
পৰমেশ্বৰৰ মৰমিয়াল সন্তান, আজি পৰমেশ্বৰ প্ৰতিঞ্জা কৰি এয়া কয়, ” ভয় নকৰিবা, কাৰণ মই তোমাৰ লগত আছোঁ; ব্যাকুল নহ’বা, কাৰণ মই তোমাৰ ঈশ্বৰ;। যেতিয়া সৰ্বশক্তিমান পৰমেশ্বৰ আপোনাৰ সৈতে আছে, তেন্তে আপোনাক কিয় ভয় খাব লাগে বা ব্যাকুল হব লাগে?
মন কৰিবলগীয়া:” এনে কি, মই মৃত্যুছায়াৰ উপত্যকায়েদি চলিলেও, মই কোনো আপদলৈ ভয় নকৰোঁ, কিয়নো তুমি মোৰ সঙ্গত আছা; তোমাৰ লাখুটি আৰু লাঠিয়ে মোক শান্তনা দিয়ে।( গীতমালা ২৩:৪)।