Appam - Punjabi

অক্টোবর 23 – বৃদ্ধ মানুহ আৰু নতুন মানুহ!

“আৰু যি নিজ সৃষ্টিকৰ্ত্তাৰ প্ৰতিমূৰ্তিৰ দৰে, তত্ব জ্ঞানৰ কাৰণে নতুন কৰোঁৱা হৈ আছে,  সেই নতুন পুৰুষক বস্ত্ৰ স্ৱৰূপে পিন্ধিলে৷ ( কলচীয়া ৩:১০)।

কিছুমান পতংগ মিল্কবীড গছৰ পাতৰ তলত জড়িত হয় থাকে। এয়া সাধাৰণ পতংগ নহয়, কিন্তু এনেকুৱা পতংগ হয় যি পখিলাত পৰিবৰ্তন হয় যায়। এয়া পতংগ পাত খায় ডাঙৰ হয় আৰু য়ুপা  অৱস্থাত পৰিবৰ্তন হয় যায়। এই সময়ত তেওঁ কেইবা দিনলৈকে নিৰন্তৰ লাগি থাকিব। হঠাৎ, এদিন এয়া এটি পখিলা ৰূপে বিকাশিত হব আৰু সুন্দৰভাৱে উৰি যাব।

এয়া সৃষ্টিৰ বাবে এটি জীবন হয়, কিন্তু ইয়াৰ দুটি চৰনলৈ হয় যি কেটৰপিলাৰ আৰু পখিলা হয়। এটি কেটৰপিলাৰ আৰু আনটি পখিলাৰ জীবন হয়। এজন আস্তিকৰো জীবনত এনেকুৱা দেখা যায়। এটি হয় অতীতৰ মনুষ্য আৰু আনটি ৰূপান্তৰিত নতুন মনুষ্য। আপুনি আদমৰ দৰে বৃদ্ধ আৰু খ্ৰীষ্টৰ দৰে এটি নতুন সৃষ্টি হয় থাকে।

পবিত্র শাস্ত্ৰত, ৰোমীয়াৰ ৬ষ্ট অধ্যায়ঃ ত, ইফিচিয়া ৪ৰ্থ অধ্যায়ঃ আৰু কলচীয়া ৩য় অধ্যায়ঃ ত তিনিটা মহূৰ্তপূৰ্ন কথাৰ ফালে ইংগিত কৰে  যি আপোনাক পালন কৰিব লাগে।

আমাৰ পুৰণি পুৰুষকb তেওঁৰ সৈতে ক্ৰুচত দিয়া হ’ল,( ৰোমীয়া ৬:৬)। এই পুৰণি পুৰুষ আদম হয়, যি পাপৰ গুনেৰে পৰিপূৰ্ণ। পাপ কৰা বাবে অনুতাপ বাবে দৃঢ় সংকল্প কৰা, তাক স্বীকাৰ কৰা আৰু সেই বোৰক ত্যাগ কৰি দিয়া, এয়া হয় যি পুৰণি পুৰুষক ক্ৰুচত দিয়াৰ অৰ্থ হয়।

তেনেহলে পৰস্পৰ মাজত আমাৰ সহভাগিতা আছে আৰু তেওঁৰ পুত্ৰ, যীচুৰ তেজে সকলো পাপৰ পৰা আমাক শুচি কৰে।(১ যোহন ১:৭)। সেই আগৰ পুৰুষক ফটা বস্ত্ৰ স্বৰূপে সোলোকাই পেলালে; ( কলচীয়া ৩:৯)। শাস্ত্ৰ কয় যে পুৰণি পুৰুষ আৰু তাৰ কৰ্মবোৰ  বন্ধ কৰি দিব লাগে। এটি পখিলা যি বিচাৰ দৰে সৃষ্টি হয়, সি তাৰ পুৰনি অভ্যাস এৰি দিয়ে, এটি পতংগ যি অতীতৰ অভ্যাস আৰু পুৰনি জীবন এৰি দিয়ে আৰু এটি নতুন সৃষ্টি হয় উৰে। সেই দৰে আপুনি আপোনাৰ সকলো পুৰনি গুন ত্যাগ কৰি পৰমপ্ৰধান পৰমেশ্বৰৰ স্বৰূপক প্ৰাপ্ত কৰিব পাৰে।

নতুন পুৰুষক যেন পিন্ধিব পাৰে(ইফিচিয়া ৪:২৪)। পুৰনি পুৰুষক ত্যাগ কৰাত ৰয় দিব নালাগে। খ্ৰীষ্টৰ গুনক  নিজৰ ভিতৰত বিকাশিত হবলৈ দিয়ক। খ্ৰীষ্টৰ শক্তিৰ সৈতে আগ বাঢ়ক  । পবিত্র শাস্ত্ৰ কয়, “সত্যতাৰ ধাৰ্মিকতা আৰু পবিত্ৰতাত ঈশ্বৰৰ প্ৰতিমূৰ্তিৰ দৰে সৃষ্ট হোৱা নতুন পুৰুষক যেন পিন্ধিব পাৰে। ( ইফিচিয়া ৪:২৪)।

মন কৰিবলগীয়া:” এই কাৰণে মই পিতৃৰ ওচৰত আঁঠু লৈছোঁ…. এনে শক্তি আপোনালোকক দান কৰক যাতে, তেওঁৰ আত্মাৰ দ্বাৰাই আপোনালোকৰ আন্তৰিক পুৰুষ শক্তিশালী হয়।( ইফিচিয়া ৩:১৪, ১৬)।

Leave A Comment

Your Comment
All comments are held for moderation.