জুলাই 05 – অকলে নেৰো!
” তোমাৰ জীৱনৰ গোটেই কালত কোনো লোক তোমাৰ আগত থিয় হ’ব নোৱাৰিব; মই মোচিৰ লগত থকাৰ দৰে তোমাক ত্যাগ নকৰিম বা এৰি নাযাওঁ। “( যিহোচোৱা ১:৫)।
পৰমেস্বৰৰ দ্বাৰা আমি যি মহান বস্তু দিয়া হৈছে তাৰ পৰা, তেওঁৰ পৰিস্থিতি ক আমি বাস কৰা, সকলোতকৈ মহান হয়। তেওঁৰ উপস্থিতৰ সমান তুল্য অন্য কিছু বস্তু মধুৰ আৰু শক্তিশালী নহয়। যীশু খ্রীষ্ট আমাক মহিমাময় উপস্থিতিৰে পৰিপূৰ্ণ হবলৈ পৃথিবীত নামি আহিল । পবিত্র শাস্ত্ৰ কয়, ” আৰু চোৱা, জগতৰ শেষলৈকে মই সদায় তোমালোকৰ সঙ্গে সঙ্গে আছোঁ”।( মথী ২৮:২০)। এয়া কয় সদায় আমাৰ সৈতে আছে।
ব্ৰাহ্মণ পৰিয়ালৰ এজন ভায়টি যীশু খ্রীষ্টক গ্ৰহন কৰাৰ বাবে কঠিন সমস্যাৰ সন্মূখীন হল। এদিন তেওঁৰ মাতৃ পিতৃয়ে ভাবিলে তেওঁক কাক লাগে? তেওঁ শান্তিপূর্ণ উত্তৰ দিলে, ‘ যীশু খ্রীষ্টক’ তেওঁক সম্পত্তি আৰু টকা পইচাৰ আৱশ্যক নায় , তেওঁ উত্তৰ দিলে যীশু খ্রীষ্ট তেওঁৰ বাবে সকলো হয়। এয়া শুনি তেওঁৰ মাতৃ পিতৃ খংঙাল হয় উঠিল, তাৰ কাপোৰ ফালি তাক খেদি পঠিয়ালে।
যেতিয়া সেই ভায়েক পথত অকলশৰীয়া গয় আছিল, তেওঁ তেতিয়া যীশু খ্রীষ্টৰ মাত্র স্পষ্ট ভাৱে শুনিলে। যীশু খ্রীষ্ট তেওঁক কলে, ” পুত্ৰ মই তোমাক অনাথকৈ নেৰো। ” পৰমেস্বৰৰ মধুৰ উপস্থিত সেই ভায়েকক আবৰি ললে।
সেই দিনা পৰমেশ্বৰে গিদোনক কলে, “হে শক্তিশালী যোদ্ধা, যিহোৱা তোমাৰ লগত আছে!”( বিচাৰকৰ্তা ৬:১২) স্বৰ্গদুতে মৰিয়মক কলে, ” হে মহা অনুগ্ৰহ পোৱা কন্যা, তোমাৰ মঙ্গল হওক! প্ৰভু তোমাৰ লগত আছে।” ( লুক ১:২৮)। সেই পৰমেস্বৰ কেতিয়াও পৰিবৰ্তন নহয় আৰু সামৰ্থী ৰূপে আপোনাৰ সৈতে আছে। তেওঁ এয়া কয় নিজকে দৃঢ় কৰিলে, যে তেওঁ লৰচৰ নকৰিব, কিয়নো তেওঁসদায় প্ৰভুক তেওঁৰ ওচৰত ৰাখে।
কিয়নো তেওঁক এয়া অনুভৱ আছিল, তেওঁৰ সজৰখীয়া, তেওঁক কেতিয়াও নেৰিব, সেই বাবে তেওঁ আনন্দৰে কয়, ” এনে কি, মই মৃত্যুছায়াৰ উপত্যকায়েদি চলিলেও, মই কোনো আপদলৈ ভয় নকৰোঁ, কিয়নো তুমি মোৰ সঙ্গত আছা; তোমাৰ লাখুটি আৰু লাঠিয়ে মোক শান্তনা দিয়ে।”( গীতমালা ২৩:৪) এই দৰে তেওঁ বলবন্ত অনুভৱ কৰিলে। পৰমেস্বৰ শেষৰ লৈকে দায়ুদৰ সৈতে থাকি তাৰ পথ পদাৰ্থক কৰিলে আৰু সেই দৰে আপোনাৰ পথ পদাৰ্থক কৰিব।
মন কৰিবলগীয়া:” পাছত তেওঁলোকে ওলাই গৈ সকলো ঠাইতে ঘোষণা কৰিব ধৰিলে; আৰু প্ৰভুৱে লগে লগে কাৰ্য কৰি সেই অনুগামী সকলৰ পৰাক্ৰম কাৰ্যৰ চিনৰ দ্বাৰাই বাক্য সপ্ৰমাণ কৰিলে। আমেন।”( মাৰ্ক ১৬:২০)।